ওৰাওৰাং

ওৰা ধৰ্ (Assamese) [ Roman: o`.ra dhor]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-30
Ref: চন্দ্ৰকান্ত অভিধান
1. (Verb-Intran.) to get ready to dance, speak or sing taking the specific posture নাচিবলৈ, গাবলৈ বা ক’বলৈ নিৰ্দিষ্ট ঠেও ধৰি সষ্টম হ